বলিউডৰ ভাইজান ছলমান খানক প্ৰাণে মৰাৰ ভাবুকি বিষ্ণুই গেঙৰ
◊ আজিৰ পৰা ২৬ বছৰৰ পূৰ্বে ছলমানে কৰা এটা ভুল। ১৯৯৮ চনৰ ছেপ্টেম্বৰ মাহৰ কথা। ‘হাম সাথ সাথ হে’ৰ চিত্ৰগ্ৰহণৰ সময়। যোধপুৰৰ সমীপৰ মথানিয়াৰ বাৱাদত […]
◊ আজিৰ পৰা ২৬ বছৰৰ পূৰ্বে ছলমানে কৰা এটা ভুল। ১৯৯৮ চনৰ ছেপ্টেম্বৰ মাহৰ কথা। ‘হাম সাথ সাথ হে’ৰ চিত্ৰগ্ৰহণৰ সময়। যোধপুৰৰ সমীপৰ মথানিয়াৰ বাৱাদত […]
■ এতিয়া ডিজিটেল মাধ্যমৰ যোগ। আপুনি চিনাকি-অচিনাকি যিকোনো লোকৰ বাবে হঠাৎ অধিক পৰিচিত হৈ পৰিব পাৰে কেৱল কেইটামান মুহূৰ্তৰ ভিতৰতে। নিজৰ প্ৰতিভাক পৰিচিত কৰিবলৈ সকলোৱে […]
■ পৰ্ণগ্ৰাফিক গোচৰত সাঙোৰ খাই পৰা ৰাজ কুন্দ্ৰা-শিল্পা চেট্টীয়ে বলিউডৰ মডেল-অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিছে। ইফালে শ্বেৰলিনে ৰাজৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ লগতে আন […]
■ কেইদিনমান আগতে ড্ৰাগছৰ কবলত পৰা বলিউডৰ কিং খানৰ পুত্ৰক এনচবিয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰ্য খানৰ গ্ৰেপ্তাৰ পাছৰে পৰা বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে। শেহতীয়া […]
■ শ্বাহৰুখ খানৰ পুত্ৰ আৰ্যনক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত, নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ বিষয়া সমীৰ ৱানখেডেৰ নামটোৱে পুনৰ সংবাদ জগতৰ শিৰোনাম দখল কৰিছে। এই […]
■ মুম্বাইঃ কাপোৰক লৈ ছ’চিয়েল মিডিয়াত চেলিব্ৰিটিসকলক ট্ৰ’ল কৰাটো কোনো নতুন ঘটনা নহয়। যিমান বেছি চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ ওচৰলৈ যাব, সিমানেই তেওঁলোকে সমালোচনা পাবলৈ […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds