
নলবাৰীত বৃহস্পতিবাৰে কোভিড-১৯ত ১৩৪ গৰাকী আক্ৰান্ত
♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ স্বাস্থ্য বিভাগে জনোৱা মতে, নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে কোভিড-১৯ত মুঠ ১৩৪ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে, ৰেপিড টেষ্টত […]
♦নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ স্বাস্থ্য বিভাগে জনোৱা মতে, নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে কোভিড-১৯ত মুঠ ১৩৪ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে, ৰেপিড টেষ্টত […]
বিজেপি💐 ১) ৰাতাবাৰী বিজয় মালাকাৰ ২) পাথাৰকান্দি কৃষ্ণেন্দু পাল ৩) শিলচৰ দ্বিপায়ন চক্ৰৱৰ্তী ৪) ঢলাই পৰিমল শুক্লবৈদ্য ৫) উদাৰবন্দ মিহিৰকান্তি ছুম ৬) লক্ষীপুৰ কৌশিক ৰায় […]
■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ জয়লাভ কৰে। নিৰ্বাচনত কংগ্ৰেছৰ ৰাতুল পাটোৱাৰীক পৰাজিত […]
■কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ (জনজাতি) বিধান সভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীয়ে৷ স্বৰ্গীয়াৰীয়ে তেঁৱৰ […]
■ ডিজিটেল নিউজ ডেস্কঃ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে পশ্চিম বংগত ক্ষমতা বজাই ৰাখিবলৈ সাজু হৈ আছে। বিজেপিৰ পৰা এক শক্তিশালী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও অগ্নিকন্যা […]
■ ডিজিটেল নিউজ ডেস্ক, গুৱাহাটীঃ উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ আহ্বায়ক আৰু ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) শক্তিশালী ব্যক্তি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত […]
শিৱসাগৰ জেৰেঙা পথাৰৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগত । শিৱসাগৰত উপস্থিত হৈ অসমীয়া ভাষাত সম্বোধন কৰিলে উপস্থিত ৰাইজক। শিৱসাগৰ জিলাৰ […]
● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া শিৱ মন্দিৰ প্ৰাংগণত অসম চৰকাৰৰ অপৰিশোধিত আঁচনিৰ অধীনত ২০১৮-১৯ বর্ষৰ দহ লাখ […]
■ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ || লাইকা দধিয়া বাসীৰ পুনৰ সংস্থাপনৰ দাবীত আজি অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত […]
Copyright © 2025 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds