গহপুৰৰ ইমন হোণ্ডাত লাগিল তলা বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ :
বিশ্বনাথ জিলাৰ গহপুৰ নগৰত যোৱা ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা পৰিবহণ বিভাগৰ কোনো অনুমতি নোলোৱাকৈ গহপুৰ দুই ভাতৃ তিলক হাজৰিকা আৰু তপন হাজৰিকাই ইমন হোণ্ডা নাম দি এটা দুচকীয়া বাহনৰ ডিলাৰ খুলি ব্যৱসায় চলাই গৈছিল।
ইফালে মঙলবাৰে জিলাৰ পৰিবহণ বিভাগৰ এটা দলে অবৈধ ভাৱে চলাই থকা ডিলাটোৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ বন্ধ কৰি দিয়ে।
জানিব পৰা মতে উপযুক্ত নথি পত্ৰ নাছিল ডিলাটোৰ ।
যাৰ বাবে ডিলাটোৰ বন্ধ কৰিবলৈ বাধ্য হয় জিলাৰ পৰিবহণ বিভাগক। ডিলাটোৰ
জিলাৰ পৰিবহণ বিভাগৰ পৰবৰ্তী অনুমতি নোপোৱা
পৰ্যান্তে ডিলাটোৰ বন্ধ থাকিব বুলি পৰিবহণ বিভাগে প্ৰকাশ কৰে।
Leave a Reply