Sunday, June 15, 2025
27.1 C
Guwahati
TOP NEWS:

বিহালীত নকল সোণেৰে নিৰ্মিত যীচু খ্ৰীষ্টৰ মূৰ্তি আৰু নকল টকা বনোৱা মেচিন উদ্ধাৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -


বিহালীত নকল সোণেৰে নিৰ্মিত যীচু খ্ৰীষ্টৰ মূৰ্তি আৰু নকল টকা বনোৱা মেচিন উদ্ধাৰ :

দেওবাৰে সন্ধিয়া বিশ্বনাথ জিলাৰ আৰক্ষীয়ে এক গোপন তথ্য ভিত্তিত বিহালীৰ কুঁহিয়াৰবাৰীত জব্দ বৃহৎ পৰিমানৰ নকল পাঁচশ টকীয়া নোট সহ উদ্ধাৰ নকল টকা বনোৱা মেচিনৰ লগতে তিনিটাকৈ নকল সোনৰ যিশুখৃষ্টৰ মূৰ্তি জব্দ কৰে ।

বিশ্বনাথ জিলাৰ উপ-আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথৰ নেতৃত্বত আৰু ডি এছ পি জয়ন্ত বৰুৱাৰ সজযোগত এটা আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় এই সামগ্ৰী সমূহ।

বিশ্বনাথ জিলাৰ বিহালী কোঁহিয়াৰবাৰীৰ মতিবুৰ ৰহমান নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই সামগ্ৰী সমূহ।

ইতিমধ্যে আৰক্ষীয়ে ৰাছিদা বেগম আৰু জাকিৰ হুছেইন নামৰ দুজনক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

- Advertisement -

Hot this week

ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগঃ পত্নী সোনম ৰঘুবংশীসহ ৩ অভিযুক্তক গ্ৰেপ্তাৰ

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশীসহ ৩...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

Topics

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
broken clouds
26.2 ° C
26.2 °
26.2 °
93 %
1.2kmh
80 %
Sun
32 °
Mon
28 °
Tue
27 °
Wed
31 °
Thu
29 °