বেদখলকাৰীক পোন্ধৰ দিনৰ সময়সীমা বান্ধি দিছে জিলাৰ বন বিভাগে ৷
স্থানীয় লোকৰ মন্তব্য – উচ্ছেদ কৰিলে জাতি ধৰ্ম নিৰ্বিশেষে উচ্ছেদ কৰক চৰকাৰে ৷
এটা নিৰ্দিষ্ট জাতিক লক্ষ্য কৰি উচ্ছেদ্ নছলাবলৈ চৰকাৰলৈ অঞ্চলবাসীৰ আহ্বান ।
বেদখলকাৰী সকল কোনো বাংলাদেশী নহয় ৷
এই সকলৰ আছে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ থকা ৱ
লোক অভিযোগ স্থানীয় লোকে।
চৰকাৰী ভূমিত প্ৰথমে খেতিবাতি কৰিবলৈ আহিছিল এই লোকসকল ৷
পিছত স্থায়ী ভাৱে থাকিবলৈ লয় এওলোকে ।
নাওবৈচাৰ পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান এই ঘোষণা জিলা বন বিভাগৰ।।
যাৰ বাবে একাংশ বেদখলকাৰীৰ অসম চৰকাৰলৈ আহবান জনাইছে।
আমাক উচ্ছেদ কৰক, আমি স-সন্মতি ক্ৰমে এই ঠাই খালি কৰিম স্থানীয় লোকৰ মন্তব্য
কিন্তু আমি ক’ত যাম, আমাক থাকিবলৈ চৰকৰে কি ব্যৱস্থা কৰি দিব।
কিয়নো আমি এই পাভ সংৰক্ষিত বনাঞ্চলত প্ৰায় ৫০ বছৰ ধৰি সংখ্যালঘু সম্প্রদায়ৰ লোকৰ ওপৰিও বহু মিচিং সম্প্ৰদায়ৰ লোকৰ লগত মিলা প্ৰীতিত বসবাস কৰি আহিছোঁ ।
৭০ দশকত চৰকাৰী সংৰক্ষিত বনাঞ্চল বে-দখল কৰি থকা লোক সকলক বনবিভাগে জাননী জাৰি কৰিছে-অনতিপলমে খালি কৰক সংৰক্ষিত ভুমি ।
এসপ্তাহৰ ভিতৰত চলিব উচ্ছেদ অভিযান ।
নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা
Leave a Reply