- আজি শ্ৰী শ্ৰী দুৰ্গাপূজাৰ সপ্তমী।
- শিৱসাগৰৰ ঐতিহাসিক দেৱী দলত পুৰাতন ৰীতিৰে পালন কৰা হৈছে ২৯২ সংখ্যক দুৰ্গাপূজা।
- বিগত বৰ্ষ সমূহৰ দৰে পাৰভঙা আনন্দ উছাহ নাই যদিও পুৰাতন ৰীতি নীতিৰে চাকি বন্তি জ্বলাই, শৰাই আগবঢ়াই শিৱসাগৰৰ দেৱী দলত ভক্ত সকলে লৈছেহি মা দুৰ্গাৰ আশিষ।
- শান্তি সম্প্ৰীতি , সুখ সমৃদ্ধি, মংগল কামনাৰে দেৱী দলত পূজা অৰ্চনাৰ বাবে ভক্তৰ ভিৰ। উচৰ্গা কৰিছে হাঁহ, ছাগলী, কুমুৰা
- সমান্তৰালকৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যৰ ন্যায় আৰু দোষীক শাস্তিৰ দাবী জনাইছে ভক্তসকলে। জুবিন গাৰ্গৰ পুনৰ জন্ম হওঁক অসমতে-এয়াও কামনা ভক্তৰ
আজি শ্ৰী শ্ৰী দুৰ্গাপূজাৰ সপ্তমী
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



