শিলপোতাবড়ীত পাঁ‌চদিনীয়াকৈ ৬৬ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱ

নলবাৰী জিলাৰ আধ্যাত্মিক সাধনাৰ প্ৰাণকেন্দ্ৰ, ইতিহাস প্ৰসিদ্ধ অনুষ্ঠান শিলপোতাবৰী গোপাল মন্দিৰ ( গুৱাকুছি ) প্ৰাংগণত ১৯ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ ক’ভিড সৃষ্ট সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি পাঁ‌চদিনীয়াকৈ ৬৬ তম ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায়ৰ মিলন ক্ষেত্ৰস্বৰূপ উক্ত পবিত্ৰ ৰাস মহোৎসৱৰ কাৰ্যসূচীৰ আৰম্ভনীতে ৰাতিপুৱা গোপাল মন্দিৰৰ পতাকা উত্তোলন,ৰাস মহোৎসৱৰ পতাকা উত্তোলন,স্মৃতি তৰ্পণ গছপুলি ৰোপন,প্ৰতিমা স্থাপন, আয়তীৰ নাম প্ৰসঙ্গ,সন্ধিয়া বন্তি প্ৰজ্বলন উদ্বোধনী সভাৰে আৰম্ভ ৬৬ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱ।ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*