বিহালী প্রেছক্লাৱৰ প্রাক্তন সভাপতি তথা বিহালীৰ জেষ্ঠ সাংবাদিক ভুবন লুইটেলক বৃস্হপতি বাৰে গোর্খা ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতি আৰু বিহালী আঞ্চলিকৰ এটি দলে ঘৰত গৈ সম্বৰ্ধনা জনায় ।
উল্লেখ যোগ্য যে ১৯৯২চনৰ পৰাই সাংবাদিকতা আৰম্ভ কৰা ভুবন লুইটেলে বিগত ২৯ বছৰ ধৰি বছৰ ধৰি নিৰবিছিন্ন ভাবে বিভিন্ন বাতৰি কাকতত বিহালীৰ পৰা সংবাদ প্রেৰন কৰি আহিছে ।
এইবাৰ ৰাষ্ট্রীয় প্রেছ দিৱসত সাংবাদিক লুইটেলক বিশ্বনাথ জিলা প্রসাশনে সম্বর্ধনা কৰিছে ।
বৃস্হপতি বাৰে বিশ্বনাথ জিলা গোর্খা ছাত্র সন্থাৰ সম্পাদক ঘনলাল বিশ্বকর্মা,জিলা সদস্য তপন গৌতম আৰু বিহালী আঞ্চলিকৰ সহকাৰী সম্পাদক বিজয় কৈৰালাই এটি নেপালী টুপি আৰু ফুলাম গামছাৰে সম্বর্ধনা জনায় ।
আনহাতে বিহালী আঞ্চলিক ছাত্র সন্থাৰ প্রাক্তন সভাপতি দিগন্ত দাসেও এটি ফুলাম গামোছাৰে আদৰণি জনায় ।
Leave a Reply