নলবাৰীৰ দেহাকুছিত দীপান্বিতা উদযাপন:

নলবাৰীৰ দেহাকুছিত দীপান্বিতা উদযাপন:

দেহাকুছি যুৱ মঞ্চৰ উদ্যোগত দেহাকুছি কালি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে সপ্তম বাৰ্ষিক দিপাৱলী মহোৎসৱ।

কভিড নীতি নিয়ম মানি এদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দিপাৱলী।
প্ৰায় ২৫ শ চাকি জ্বলাই পোহৰেৰ আলোকিত কৰিছে তুলিছে দেহাৰকুছি কালি মন্দিৰ প্ৰাংগণ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া কলা সংস্কৃতিৰ বাহক কৈহাটীৰ ঢুলীয়া দলে বিভিন্ন অনুষ্ঠান পৰিবৱশন কৰে।

প্ৰেৰক – ফইজুল হক চৌধুৰী

Be the first to comment

Leave a Reply

Your email address will not be published.

*