বিহালীত নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ছাত্ৰ মুক্তি ::
বিহালী ২৮আগষ্ট ::
ধেমাজিৰ মৰিধল কলেজৰ মেধাৱি ছাত্ৰী নন্দিতা শইকীয়াৰ সোঁৱৰনত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ বিহালী থানবিহালীত বন্তুি প্ৰজ্বলন কৰে বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ঘাটকৰ দাৰ ঘাপত মৃত্যু হোৱা ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ সমবেদনা ও শ্ৰদ্ধাঞ্জলি জনাই থান বিহালী ৰাজহুৱা মঞ্চৰ সন্মুখত বন্তুি প্ৰজ্বলন কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলী জনোৱেৰ লগতে দোষীক উপযুক্ত শাস্তী দিয়াৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰামৰ সমিতি কৰ্মকর্তা সকলে।

Leave a Reply Cancel reply