শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা—
অখিল গগৈক গৌৰৱ গগৈয়ে পাত্তাই নিদিয়ে—পবিত্ৰ মাৰ্ঘেৰিটা।
শাসক পক্ষ হৈ কিয় গুৰুত্ব দিম—
গৌৰৱ গগৈৰ আগত টিকটৰ বাবে ইননি বিননি কৰিছে অখিল গগৈয়ে—
অখিল গগৈক গৌৰৱ গগৈ আৰু লুৰিনজ্যোতি গঢ়িয়ে পাত্তাই নিদিয়ে—
অখিল গগৈৰ সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে—আমি কিবা কম অখিল গগৈয়ে অসভ্যালী কৰিব অশ্লীলতা কৰিব অখিল গগৈ তেঁওৰ আলিংগনত ব্যস্ত থাকক বুলি কটাক্ষ—
শিৱসাগৰৰ চিলাৰায় ভৱনটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই মন্তব্য কৰে।
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই PEOPILS CHOICE নিৰ্বাচনী সমীক্ষা সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ—কৰি কয় যে
সমীক্ষাত যিমান আসন দেখাইছে বাঢ়িবও পাৰে—
নিৰপেক্ষ সংস্থা সমূহৰ এই সমীক্ষাই আমাক উৎসাহ যোগাই—আমিও সাংগঠনিক কামকাজ চলাই আছো—
কংগ্ৰেছে “বাবু আঁচনি”ক চকলেটৰ পইছা দিছে বুলি সমালোচনা কৰাক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে—কংগ্ৰেছৰ নেতাক কটাক্ষ কৰি কয় যে কংগ্ৰেছ দলৰ নেতাৰ সন্তানৰ চকলেটৰ মূল্য ২ হাজাৰ টকা হব পাৰে বুলি মন্তব্য—কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
যুৱ সমাজক এনে কথা কৈ তাচ্চিল্য তথা আই মাতৃক আঁচনি বন্ধ কৰিম বুলি কয় অপমান নকৰিবলৈ সকিয়নি পবিত্ৰ মাৰ্ঘেৰিটাৰ—
অগপৰ শিৱসাগৰ সমষ্টিত প্ৰাৰ্থীত্ব সন্দৰ্ভটো গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয়
যিমান দিনলৈ বিজেপি চৰকাৰ থাকিব কংগ্ৰেছ দলে যি চক্ৰান্ত নকৰক অৰুণোদয় আঁচনি বন্ধ কৰিব নোঁৱাৰিব—
চৰকাৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে কাম কৰি আছে।
কৰবাত যদি কিছুমান মানুহৰ নাম সোমাইছে সেইবোৰ কাটিব লাগে।
দেৱব্ৰত শইকীয়া নিজে confused হৈছে কি কৰিব লাগে কি কৰিব নালাগে।
আমাৰ মিত্ৰ দলৰ প্ৰতি শ্ৰদ্ধা আছে।
অগপ আমি হাতে হাত ধৰি আগবাঢ়ি আছোঁ।
সমিল মিলেৰে সকলো সিদ্ধান্ত লোৱা হব বুলি মন্তব্য কৰে মাৰ্ঘেৰিটাই।



