31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    প্রাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শ‍ইকীয়াৰ আজি ৯১ সংখ্যক জয়ন্তী

    শিৱসাগৰৰ যুৱ দল প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱণ সিং ঘাটোৱাৰ আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে। অনুষ্ঠানত যুৱ বক্তা ত্রিদীপ ভাগৱতীয়ে মূল বক্তৃতা প্ৰদান কৰে।

    ▶️প্রাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শ‍ইকীয়াৰ আজি ৯১ সংখ্যক জয়ন্তী উপলক্ষে শ্রদ্ধা নিবেদন কৰা হয়।May be an image of 2 people, dais and text শিৱসাগৰৰ যুৱ দল প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱণ সিং ঘাটোৱাৰ আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈ উপস্থিত থাকে। অনুষ্ঠানত যুৱ বক্তা ত্রিদীপ ভাগৱতীয়ে মূল বক্তৃতা প্ৰদান কৰে। May be an image of 1 person and templeকাৰ্যসূচীত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শ‍ইকীয়া, সমষ্টিটোৰ প্রাক্তন বিধায়িকা হেমাপ্ৰভা শ‍ইকীয়াৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।May be an image of 7 people

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds