31.3 C
Guwahati
Tuesday, October 21, 2025
More

    শেহতীয়া আপডেটঃ

    D-bass ৰ উদ্যোগত জামুগুৰিহাটত ১০ দিনীয়া বিহু কৰ্মশালা

    ■ মৃন্ময় শইকীয়া, তেজপুৰঃ সমাগত ৰঙালী৷ উচ্ছাসৰ যেন পাৰ নাই শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৷

    জামুগুৰিহাটৰে অগ্ৰণী নৃত্য একাডেমি D-bess ৰ উদ্যোগত অনুষ্ঠিত কৰা হয়  ১০ দিনীয়া বিহু কৰ্মশালা ৷

    বিহু কৰ্মশালা আহ্বায়ক ভাস্কৰ ভূঞা আৰু স্নিহা ঘোচ D-bess-ৰ স্বতাধিকাৰী ৷

    প্ৰশিক্ষক হিচাপে উপস্থিত থাকে – জোনমণি বৰুৱা, দিপশিখা শইকীয়া, লিজা ভূঞা, অংকুৰ বৰুৱা, দেৱজীত শইকীয়া, জেচমিন শইকীয়া, উৎপল দাস৷

    আনহাতে বিহু কৰ্মশালাত ঢোল বাদন, গগনা আদিকে ধৰি বিহুনাচৰ সকলো প্ৰশিক্ষণ দিয়া হয়৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds