গোৱালপৰীয়া লোকগীতৰ আজীৱন সাধক প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্ম বাৰ্ষিকী

গোৱালপৰীয়া লোকগীতৰ আজীৱন সাধক প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্ম বাৰ্ষিকী। পদ্মশ্ৰী, সংগীত নাটক একাডেমী বঁটাকে ধৰি অলেখ সন্মানেৰে সন্মানিত লোকগীতৰ সাধিকা গৰাকীৰ কলা-কৰ্মত বিচাৰি পোৱা যায় অলেখ সৃষ্টিৰ অনুপ্ৰেৰণা। প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্ম বাৰ্ষিকীত অসম খবৰৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ৷

About অশ্বিনী কুমাৰ গগৈ, মুখ্য সম্পাদক, অসম খবৰ 31 Articles
All India Radio- RNU-GHY Web Digital Specialist at Asom Khobor(Chief Editor) Digital Editor NotunSomoy.

Be the first to comment

Leave a Reply

Your email address will not be published.

*