31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    গহপুৰ মহকুমাৰ নতুন মহকুমাধিপতি হিচাপে যোগদান লুকুমণি বৰাৰ

    গহপুৰ মহকুমাৰ নতুন মহকুমাধিপতি হিচাপে যোগদান লুকুমণি বৰাৰ।

    হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া হিচাপে দক্ষতাৰে কাৰ্য্যনিৰ্বাহ কৰা লুকুমণি বৰা(এ চি এছ)ই পদোন্নতি লাভ কৰাৰ পিছত আজি আনুষ্ঠানিকভাৱে গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰিছে।

    যোৱা ২৯ এপ্ৰিলত প্ৰকাশ পোৱা ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাৰ জৰিয়তে অতিৰিক্ত উপায়ুক্ত আৰু গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে পদোন্নতি কৰা হৈছিল লুকুমণি বৰাক।এগৰাকী কৰ্মদক্ষ আৰু কৰ্মনিষ্ঠা বিষয়া হিচাপে জনপ্ৰিয় লুকুমণি বৰাক গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে আদৰণি জনাইছে গহপুৰ মহকুমাৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.