বিশ্বনাথত ১৯৭ গৰাকী সখীক স্কুটি বিতৰণ

বিশ্বনাথত ১৯৭ গৰাকী সখীক স্কুটি বিতৰণ

বিশ্বনাথ চাৰিআলি ৩০ আগষ্ট:- অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত সখী এক্সপ্ৰেছ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ আচনিৰ সৈতে জড়িত সামুহিক কৰ্মী সকলৰ মাজত জিলা খনৰ ৭ টাকৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৯৭ গৰাকী সখীক আজি স্কুটি বিতৰণ কৰা হয় । বিশ্বনাথ চাৰিআলিৰ হিমালয় ভৱনত অনুষ্ঠিত হোৱা এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা সহ বহু কেইজন বিষয়া ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*