♠ মৰিয়নিঃ সদৌ অসম ভিত্তিত পোন প্ৰথম বাৰৰ বাবে নগাওঁ কলিয়াবৰত অনুস্থিত হয় সমৰকলা প্ৰতিযোগিতা। আছিহাৰা কাৰাটে স্কুল নগাওঁ ৰ উদ্যোগত ৩ দিনিয়াকৈ এই প্ৰতিযোগিতা অনুস্থিত হয়। ৰাজ্যৰ ৩০০ৰো অধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগীতাত যোৰহাটে তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে। যোৰহাটৰ প্ৰমিতা, সৌৰভ, সুমিত, সালান্তি, হেমা, তন্ময়, অভিজিৎ, পল্লৱী, আয়ুসমিতা, কাস্যপী, মুন, অৰ্চিতা, অলিন, শিখা, পূজা, নিটুমনি, বাস্তৱ, অমৰজ্যোতি এই সকলে গৌল্ড, চিলভাৰ,ব্ৰুৌঞ্জ মেডেল পাই যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনে।
Leave a Reply Cancel reply