সমুৎকৰ্ষ মহাশিৱিৰৰ প্ৰস্তুতি বৈঠক অনুষ্ঠিত

অহা ২৯ ৰ পৰা ৩১ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বৰ্ণাঢ্য সমুৎকৰ্ষ মহাশিৱিৰ আয়োজনৰ যো-জা চলিছে। আজি বিয়লি ২বজাত সৰুসজাইস্থিত ইন্দিৰা […]

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ধন্যবাদ সূচক প্ৰস্তাৱ অনুষ্ঠান

গুৱাহাটীৰ উজানবজাৰ স্থিত পদ্ম ভৱনত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ধন্যবাদ সূচক প্ৰস্তাৱ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা […]

জ্যোতিকুছি আৰু ৰিহাবাৰীস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ৰ বাৰেবৰণীয়া অনুষ্ঠান

গুৱাহাটীঃ আজি জ্যোতিকুছি আৰু ৰিহাবাৰীৰ আৰ্যনগৰত অৱস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ দুয়োখনৰ একত্ৰিত হৈ বাৰ্ষিক দিৱসৰ পালন কৰা হয়৷ অনুষ্ঠানটো অনুষ্ঠিত হয় মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই […]

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মধ্য, দক্ষিণ, দক্ষিণ-পূব এছিয়াৰ আন্তর্জাতিক সম্মিলনৰ আয়োজন

আজাৰাঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ২০২৫ চনৰ ২১-২২ জানুৱাৰীত মধ্য, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সংস্কৃতিক […]

শ্ৰদ্ধাঞ্জলি কাননত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” ব্যতিক্ৰমী কাৰ্যসূচী

গুৱাহাটীঃ পুৰণি বছৰক বিদায় আৰু নতুনক আদৰাৰ এই গুৰুত্বপূৰ্ণ আৰু উৎসৱমুখৰ সময়ত অসমত যাতে কোনো পথ-দুৰ্ঘটনা সংঘটিত নহয় আৰু দুৰ্ঘটনাত কোনো লোক নিহত হ’বলগীয়া নহয় […]

জালুকবাৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ আয়োজন

গুৱাহাটীৰ গাড়ীগাঁওস্থিত জালুকবাৰী জাতীয় বিদ্যালয়ৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে অহা ৪ আৰু ৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী […]

পশ্চিমবংগত ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত উজলিল পশ্চিম গুৱাহাটীৰ ৰাজীৱ কলিতাৰ ‘মহ’

গুৱাহাটীঃ পশ্চিমবংগৰ মুৰ্চিদাবাদ আৰু শান্তিপুৰত যোৱা ২৩ আৰু ২৪ ডিচেম্বৰত আয়োজিত ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত পশ্চিম গুৱাহাটীৰ ধাৰাপুৰৰ প্রতিভাৱান নাট্যকাৰ ৰাজীৱ কলিতাৰ ‘মহ’ (A Journey of […]

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ‘বছৰৰ শেষ কুইজ সমাৰোহ’

গুৱাহাটীঃ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বুক কালচাৰ নামৰ অনুষ্ঠানৰ উদ্যোগত শনিবাৰে বছৰৰ শেষৰ কুইজ সমাৰোহ আয়োজন কৰা হয়। ‘অৰ’বৰ’ছ’ শীর্ষক কুইজ প্ৰতিযোগিতাখন পুৱা […]

অসম গ্ৰন্থমেলাত উৎসাহজনক সঁহাৰি গ্ৰন্থপ্ৰেমীৰ

গুৱাহাটীঃ প্ৰথমদিনাই পুথিপ্ৰেমীৰ উৎসাহজনক সঁহাৰিয়ে আনন্দিত কৰিছে অসম গ্ৰন্থমেলা, গুৱাহাটীত অংশগ্ৰহণ কৰা প্ৰকাশন গোষ্ঠীসমূহক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা […]