গুৱাহাটীৰ উজানবজাৰ স্থিত পদ্ম ভৱনত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্য্যদা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ধন্যবাদ সূচক প্ৰস্তাৱ অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস, বিশিষ্ট বক্তা ড০ নীল মোহন ৰায়, পদ্ম ভৱনত কাৰ্যালয় পৰিচালক অশোক কুমাৰ ভড়ালী, জিলা সম্পাদক মানস প্ৰতিম দাস আৰু লগতে প্ৰতিটো স্তৰৰ বুথ, মণ্ডল, মৰ্চা ,জিলা সমন্বিতে বিভিন্ন দায়িত্বত থকা জনপ্ৰতিনিধি সকল উপস্থিত থাকে।
Leave a Reply Cancel reply