খানামুখত বিজেপিৰ বুথ কমিটীৰ উদ্যোগত অৰুণোদয় আঁচনিৰ হিতাধিকাৰিৰ সজাগতা সভা

সমষ্টি পুনৰ গঠনৰ পিছত পশ্চিম গুৱাহাটীৰ যিবিলাক অঞ্চল নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে তাত শাসকীয় বিজেপি দলে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চৰকাৰৰ […]

সাজু কৰিছে নাওঁ, জালসহ মাছ ধৰা সা-সজুঁলিঃ দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলত বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ ৫ জানুৱাৰীত বিলৰ দাঁতি কাষৰীয়া কেবাখনো […]

অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ‘সাহসী বঁটা’

𝘛𝘩𝘦 𝘈𝘭𝘭 𝘛𝘢𝘪 𝘈𝘩𝘰𝘮 𝘚𝘵𝘶𝘥𝘦𝘯𝘵𝘴’ 𝘜𝘯𝘪𝘰𝘯, 𝘈𝘴𝘴𝘢𝘮, 𝘩𝘢𝘴 𝘩𝘰𝘯𝘰𝘳𝘦𝘥 𝘵𝘩𝘦 𝘚𝘛𝘍 𝘊𝘩𝘪𝘦𝘧 𝘰𝘧 𝘈𝘴𝘴𝘢𝘮 𝘗𝘰𝘭𝘪𝘤𝘦, 𝘔𝘳. 𝘗𝘢𝘳𝘵𝘩𝘢𝘴𝘢𝘳𝘢𝘵𝘩𝘪 𝘔𝘢𝘩𝘢𝘯𝘵𝘢, 𝘐𝘗𝘚, 𝘸𝘪𝘵𝘩 𝘵𝘩𝘦 ‘𝘚𝘢𝘩𝘰𝘴𝘪’ (𝘎𝘢𝘭𝘭𝘢𝘯𝘵𝘳𝘺) 𝘈𝘸𝘢𝘳𝘥. 𝘛𝘩𝘪𝘴 […]

অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ‘সাহসী বঁটা’ প্ৰদান

গুৱাহাটীঃ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই অসম আৰক্ষীৰ মহা পৰিদৰ্শক, এছ টি এফৰ মুৰব্বী ডঃ পাৰ্থ সাৰথি মহন্তক তেঁও সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ […]

প্ৰণয় বৰদলৈৰ গ্ৰন্থ ‘হিমালয়ৰ দুৰ্জেয় শিখৰত’ উন্মোচনঃ পৰ্বতাৰোহণত অসমৰ বৰ্ণিল সাফল্যক ৰোমন্থন, হিমালয়ৰ ৰহস্য উদঘাটনত ব্ৰতী হ’বলৈ যুৱ সমাজক আহ্বান

গুৱাহাটীঃ ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ সীমাজুৰি অতন্দ্ৰ পহৰী দৰে থিয় হৈ থকা গিৰিৰাজ হিমালয়ে যুগ যুগান্তৰৰ পৰা মানৱ সমাজক আকৰ্ষিত কৰি আহিছে। ৰামায়ণ-মহাভাৰতৰ কালৰে পৰা হিমালয় […]

ডিমৰীয়াত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত, ২০২৪” সেৱা কাৰ্যসূচীৰ সামৰণি

আগন্তুক নৱবৰ্ষক দুৰ্ঘটনামুক্ত বৰ্ষ হিচাপে পালনৰ আহ্বান গৌতম দাসৰ গাঁৱে গাঁৱে গাওঁপ্ৰধানে গঢ়ি তোলক পথ-সুৰক্ষাৰ জনআন্দোলন গুৱাহাটীঃ ৩০ডিচেম্বৰঃ ডিমৰীয়া সমজিলাৰ কাৰ্যালয় চৌহদত আজি কামৰূপ মহানগৰ […]

২০২৫ বৰ্ষৰ চানডুবি উৎসৱ ১জানুৱাৰীৰপৰা আৰম্ভ

মিৰ্জাঃ পৰম্পৰাগত কৃষ্টি–সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে ২০২৫ বৰ্ষৰ চানডুবি উৎসৱ ১জানুৱাৰীৰপৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব। এইবাৰৰ উৎসৱত উৎপাদনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি কৃষি, উদ্যান শস্যৰ […]

নতুন বছৰত অগপৰ সংকল্পঃ “গাৱেঁ গাৱেঁ অগপ, চহৰে নগৰে অগপ” – শীৰ্ষক কাৰ্য্যসূচী

নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই সন্মুখত ইংৰাজী নৱবৰ্ষ-২০২৫। এই শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদ […]

২০২৫ বৰ্ষত গুৱাহাটী পৌৰ নিগমে লব লগা পদক্ষেপ সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সোমবাৰে জিএমচিৰ উজানবজাৰস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত মেয়ৰ মৃগেন শৰণীয়াই ২০২৫ বৰ্ষত গুৱাহাটী পৌৰ […]