বিহালী বেদেতীত ব্যতিক্ৰমী ৰূপে নৱবৰ্ষক আদৰণি সচেতন নাগৰিক আৰু যুৱতী, মহিলা :
বিহালী বেদেতীত ব্যতিক্ৰমী ৰূপে নৱবৰ্ষক আদৰণি সচেতন নাগৰিক আৰু যুৱতী, মহিলা : আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। পুৱাৰ পৰাই বহু জনে বনভোজলৈ বুলি ৰাওনা হৈছে […]
বিহালী বেদেতীত ব্যতিক্ৰমী ৰূপে নৱবৰ্ষক আদৰণি সচেতন নাগৰিক আৰু যুৱতী, মহিলা : আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। পুৱাৰ পৰাই বহু জনে বনভোজলৈ বুলি ৰাওনা হৈছে […]
অসম আদৰ্শ বিদ্যালয় বৰপামত প্ৰতিষ্ঠা দিৱস উদযাপন বিশেষ প্ৰতিনিধি বিশ্বনাথ চাৰিআলি ৰমেশ চুৰেন ১ জানুৱাৰী ঃ অসম সাহিত্য সভাৰ অধীনস্থ জাতীয় আদৰ্শ শিক্ষা সংসদৰ অন্তৰ্ভুক্ত […]
বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতিৰ জন্মদিনৰ দিনা দিব্যাংগৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ ভাৰতীয় জনতা পাৰ্টি বড়িগোগ বনভাগ মণ্ডলৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তা সকলৰ উদ্যোগত, সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ […]
ৰাষ্ট্ৰীয় মিডিয়া সমন্বয়ৰক্ষী সমিতিত বিধায়ক জয়ন্ত মল্ল বৰুৱা নলবাৰী -ঘগ্ৰাপাৰত বিজেপিৰ কাৰ্যকৰ্তাৰ মাজত উল্লাস বছৰটোৰ শেষৰ দিনত আগন্তুক উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ড […]
বিহালী প্ৰেছ ক্লাৱৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন বিহালী প্ৰেছ ক্লাৱৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি মধ্য বিহালী শাখা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds