গোৱালপাৰাৰ দহিকটাত হাতী মানুহৰ সংঘাত দূৰীকৰণৰ প্ৰচেষ্টাঃ শালনিত ৰোপণ কৰিলে নেপিয়াৰ ঘাঁহ, ফল-মূলৰ গছপুলি

♦ গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত সৰ্বজনবিদিত৷ দহিকটা অঞ্চলটোও ইয়াৰ ব্যতিক্ৰম নহয়৷ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ দহিকটা অঞ্চলত বন্যহস্তীৰ ধাৰাবাহিক সন্ত্ৰাসত ইতিমধ্যে একাধিক লোকে […]

মদ খাবলৈ ১০ টকা নিদিয়া বাবে পত্নীক হত্যাঃ নলবাৰী জিলাৰ মুকালমুৱাত সংঘটিত হয় এই জঘন্য ঘটনা

♦ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত চতেমাৰি গাঁওৰ নাৰায়ন হালৈ নামৰ এগৰাকী ব্যাক্তিয়ে নিজৰ পত্নী বকুলি হালৈক মদ খাবলৈ ১০ টকা বিচাৰিছিল৷ কিন্তু স্বামী‌ নাৰায়ন […]

কৃষ্ণাই দায়ৰঙত গোছা ৰাকায়ঃ লখিমীক সেৱা জনাই লগে ভাগে ভূঁই ৰুলে ৰোৱনী সকলে

♦উদুলি মুদুলি গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া দায়ৰঙৰ দামল পথাৰ। আজি পুৱাৰ ভাগত এই দামল পথাৰতে অঞ্চলটোৰ পুৰুষ মহিলা সকলে সমূহীয়া ভাৱে আয়োজন কৰিলে গোছা ৰাকায়৷ […]

গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাঃ স্বাস্থ্যৰ বুজ ল’লে চিকিৎসাধীন হৈ থকা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ

♦আজি চৰকাৰী বিভিন্ন কাৰ্যসূচী লৈ গোৱালপাৰাত পদাৰ্পণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ গোৱালপাৰা জিলা ভ্ৰমণ কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যৰ বুজ ল’লে সক্ৰিয় সমাজকৰ্মী […]

ৰঙাপৰা আৰক্ষী চকীত নতুনকৈ যোগদান কৰা আৰক্ষী বিষয়াক প্ৰেছ ক্লাবৰ সম্বৰ্দ্ধনা

♦শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া হিচাপে নতুনকৈ যোগদান কৰা দেবেন বৰাক আজি ৰঙাপৰা প্ৰেছ ক্লাবে ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজিৰ সম্বৰ্দ্ধনা […]

হাইদ্ৰবাদৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান মহাত্মা গান্ধী নেছনেল কাউঞ্চিল অফ ৰোৰাল এডুকেছনৰ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মহাবিদ্যালয় খনক সম্বৰ্ধনা

♦হায়দৰাবাদৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান মহাত্মা গান্ধী নেছনেল কাউঞ্চিল অফ ৰোৰাল এডুকেছনে ক’ভিড মহামাৰী প্ৰতিৰোধ কৰিবলৈ লোৱা ব্যৱস্থাপনাত উল্লেখযোগ্য অৱদানৰ বাবে ৰঙাপৰা মহাবিদ্যালয় আৰু মহাবিদ্যালয় খনৰ […]

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ

নৰবাৰী চহৰৰ ছোৱালী হাইস্কুলৰ সন্মুখত থকা পেট্ৰ’ল পাম্পৰ সন্মুখত নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত সম্পূৰ্ন ক’ভিড প্ৰটকল মানি নিতৌ বৃদ্ধি হোৱা অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে […]

কৰ’না কালত উৎপাদনশীল কৰ্মঃ কৃষ্ণাইৰ ভেলাখামাৰৰ এদল যুৱকে আৰম্ভ কৰিলে মৎস্য পালন

♦ কৰ’না মহামাৰীৰ সংহাৰৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ প্ৰশাসনে সমগ্ৰ ৰাজ্য খনতে জাৰি কৰিছে আংশিক লকডাউন৷ তাৰ মাজতে ক’ভিড ১৯ৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যাধিকলৈ চাই […]

বাহাৰঘাট উচ্চ বুনিয়াদী বিদ্যালয়ত ভেকচিন প্ৰদান শিবিৰ।

সানেকুছি স্বাস্থ্য কেন্দ্ৰত ১০৮ এম্বুলেন্স সেৱা। স্হানীয় সমাজসেৱী যুৱকৰ প্ৰচেষ্টা আৰু স্বাস্থ্য বিভাগৰ লগতে সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ উদ্যোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ভেকচিন প্ৰদান […]

অবৈধ মদৰ ঘাটি তিনি দিনত উৎখাত বিশ্বনাথ প্ৰশাসনক নিৰ্দেশ দিলে ‘অভিভাৱক মন্ত্ৰী’ পীয়ুষ হাজৰীকাই ভিডিঅ

  কভিডৰ সংক্ৰমণত বিশেষ ভুমিকা লোৱা অবৈধ মদৰ ঘাটি তিনি দিনৰ ভিতৰত উৎখাত কৰাৰ বাবে বিশ্বনাথ প্ৰশাসনক নিৰ্দেশ দিলে ‘অভিভাৱক মন্ত্ৰী’ পীয়ুষ হাজৰীকাই বিশ্বনাথ চাৰিআলি, […]