নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ‘জীৱন মাথোঁ সপোন’ দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰা উন্মোচন
■ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৪ জুলাইত ‘জীৱন মাথোঁ সপোন’ নামৰ দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰা এটি উন্মোচন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় […]
■ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৪ জুলাইত ‘জীৱন মাথোঁ সপোন’ নামৰ দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰা এটি উন্মোচন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় […]
■ পৰীক্ষাৰ মূল্যায়ন ব্যৱস্থাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি সংবাদমেল ● নলবাৰী জিলাৰ নামদোঙাত আজি ছাত্ৰ যুৱ সংগ্ৰাম সমিতি অসমৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলিয়ে এখন সংবাদমেল […]
■ ৰঙাপৰাত নিৰ্মাণাধীন উৰণীয়া সেতু মালতি ওৰাং(মাংৰি মেম)ৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই কালি অসম চৰকাৰৰ শ্ৰম আৰু […]
শিৱসাগৰত অখিল গগৈ সমষ্টিৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত অখিল গগৈ কাৰাবন্দী অখিল গগৈক কাষত পাই উচুপি উঠিল মহিলা ♦ ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ […]
♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই কৃষি পামৰ পথাৰত আজি কঠীয়া সিঁচিলে জিলা কৃষি বিভাগে৷ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰূপায়ণ হ’বলগীয়া এই আচঁনি খনৰ শুভাৰম্ভ কৰে […]
■ নুৰ ইছলাম সেখ, গৌৰীপুৰ● বিটিআৰ কোকৰাঝাৰ জিলা অন্তৰ্গত পৰ্বতঝোৰা মহকুমাৰ দেৱীতোলা উন্নায়ন খণ্ডৰ দেৱীতোলা ভি চি ডি চিৰ অন্তৰ্গত থুৰীয়া পাহাৰৰ পৰা ভায়াহৈ দেবীতোলা […]
হাজো আৰক্ষীৰ পুনৰ আন এক বৃহৎ সফলতা। হাজো আৰক্ষী জালত দুজকৈ ড্ৰাগছ্ ব্যৱসায়ী। হাজো আৰক্ষীৰ বিশেষ খবৰৰ ভিত্তিত হাজোৰ বৰ্ণিত ইছমাইল হুছেইনৰ বাসগৃহত হাজো আৰক্ষী […]
♥এটি কণমানি দেৱশিশু। তাইৰ নাম ৰুম্মান আহমেদ। বয়স ১ বছৰ ৩মাহ। নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বুৰিনগৰৰ ৰাজু আহমেদ আৰু আমিনা বেগমৰ একমাত্ৰ কন্যা এই […]
♦ উইছডম কম্পিউটাৰ প্ৰেছত সংঘটিত হৈছিল উক্ত চুৰি কাৰ্য শুকুৰবাৰে পুৱা উদ্ধাৰ হ’ল চুৰি সামগ্ৰী সমূহ নলবাৰীৰ আৰিকুছি চ’কত বৃহস্পতিবাৰে নিশা সান্ধ্য আইনৰ সুযোগ লৈ […]
♦নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাতিকুছি গাঁও নিবাসী তথা ৰাজ্যৰ এজন প্ৰতিষ্ঠিত মীন ব্যৱসায়ী শুক্লেশ্বৰ ব্ৰহ্মৰ (৬৪)ৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যাক্তিগত চিকিৎসালয়ত মৃত্যু […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds