থানাত গোচৰ পঞ্জীয়ন নহ’লে কি কৰিব?
♦ প্ৰশ্নটোৰ সমিধানত ক’ব পাৰিঃ আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপক। যুগান্তকাৰী অসম আৰক্ষী আইন ২০০৭ ত দায়বদ্ধতা আয়োগৰ ব্যৱস্থা হৈছে পূৰ্ণকালীনভাৱে। এই আইন আমাৰ দেশৰ […]
♦ প্ৰশ্নটোৰ সমিধানত ক’ব পাৰিঃ আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপক। যুগান্তকাৰী অসম আৰক্ষী আইন ২০০৭ ত দায়বদ্ধতা আয়োগৰ ব্যৱস্থা হৈছে পূৰ্ণকালীনভাৱে। এই আইন আমাৰ দেশৰ […]
আজি ডুমডুমা আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি দত্তই ডুমডুমা চহৰৰ দুখীয়া ৰাইজক মাস্ক,চেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰাৰ এটি মুহুৰ্তত
♦শিৱসাগৰ জিলাৰ নাজিৰাৰ বাহঁগড়া নিবাসী ডিআৰ ডি এৰ কৰ্মচাৰী একালৰ আছু তথা অসম আন্দোলনৰ সময়ছোৱাত কাৰাবাস খোৱা নাজিৰাৰ আগশাৰী নেতা, সদ্য প্ৰয়াত পুতুল নেওগৰ আজি […]
বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা জাৰি সন্ধিয়া ৫ বজাৰ পৰিবৰ্তে ১ বজাত বন্ধ কৰিব লাগিব সকলো গেলামাল দোকান। বিশ্বনাথত কভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে […]
■ নলবাৰীৰ দলুৱাত পথ দূৰ্ঘটনা৷ ■ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰিল এখন ট্ৰেভেলাৰ৷ ■ ঢেকিয়াজুলিৰ পৰা ধুবুৰীলৈ শ্ৰমিক কঢ়িয়াই আনিছিল ট্ৰেভেলাৰ খনে৷ ■ AS12AC5201 নম্বৰৰ […]
■ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত উত্তৰ পূব খাতা শাখা ছাত্ৰ সন্থাৰ এটি সজাতী দলে পুৱা নলবাৰী অঞ্চলৰ কেন্দুকুছি প্ৰাথমিক বিদ্যালয়ৰ ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰলৈ গৈ […]
■সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীয়ূষ হাজৰিকালৈ জিলা উপায়ুক্তৰ জৰিয়তে আজি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ […]
নলবাৰী জিলাৰ দীপ্তাত নিশা প্ৰায় ২০০ লিটাৰ কেৰাচিন তেল জব্দ কৰে স্থানীয় ৰাইজে। সুলভ মূল্যৰ দোকানৰ এজেন্ট ৰূপধন আলীয়ে চোৰাংকৈ বিক্ৰী কৰিব লৈছিল তেলখিনি। ৰাইজে […]
■ পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ অন্তৰ্গত নৱ গঠিত শিমুল টাপু আঞ্চলিক আমছুৰ ৫৩ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। নৱ গঠিত আঞ্চলিক আমছুৰ সভাপতি আক্ৰৰম […]
♦ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতীৰ মহানুভৱতা। ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত নিজ গৰৈমাৰী গাওঁৰ নিবাসী ৰাজ কুমাৰ চাহানী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীস্থিত বি বৰুৱা […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds