ৰঙিয়াত মহিলা সমাৰোহত ডʼনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙ
♦চৈয়দ মোস্তাফা আহমেদ,ৰঙিয়াঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসন, কামৰূপ জিলা পৰিষদ তথা ৰঙিয়া মহকুমা প্ৰশাসনৰ […]
♦চৈয়দ মোস্তাফা আহমেদ,ৰঙিয়াঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসন, কামৰূপ জিলা পৰিষদ তথা ৰঙিয়া মহকুমা প্ৰশাসনৰ […]
● ৰঙাপৰা◆ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা […]
■ শাসকীয় বিজেপি চৰকাৰ খনৰ দিনত পেট্ৰলজাত সামগ্ৰী,গেছকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক যি ধৰণে কোঙা কৰি পেলাইছে তাৰেই প্ৰতিবাদত যোৰহাট জিলা […]
● গুৱাহাটী: অহা ২৩-০২-২০১ তাৰিখ মঙ্গলবাৰৰ পৰা বিজেপি অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত মাননীয় মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, মৰ্চাৰ ৰাজ্যিক সভাপতি তথা […]
“ভাল মানুহক সমাজে যুগে যুগে সন্মান কৰি আহিছে ।”—ৰমানাথ বৰুৱা ■ নলবাৰী : ‘‘অসমীয়া জাতি, সভ্যতা, ভাষা, সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত বহু লোকৰ অৱদান আছে […]
■ নলবাৰী : ২০ ফেব্ৰুৱাৰীত বিশ্ৰুত আৰু বন্দিত সাহিত্যিক, চিত্ৰ নিৰ্মাতা, নাট্যকাৰ, পৰিচালক, শিক্ষাবিদ, অসমপ্ৰাণ, পদ্মশ্ৰী ভবেন্দ্ৰনাথ শইকীয়াৰ ৯০ সংখ্যক জন্ম দিৱস উপলক্ষে নলবাৰী জিলা […]
♣কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই জিলাখনৰ সম্পূৰ্ণ হৈ উঠা বহু কেইটা উন্নয়ন মূলক কামৰ শুভ উদ্বোধন কৰে৷ চিআইডিএফ শিতানৰ […]
◆ প্ৰতিবেদক,ৰঙাপৰা- ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ ৰঙাপৰাৰ কাৰ্যালয়ত চুৰি কাণ্ড। ৰঙাপৰাৰ ১ নং ৱাৰ্ডস্থিত বি এছ এন এল কাৰ্যালয়ৰ তলা ভাঙি ২৪ টাকৈ কাৰ্য্যক্ষম বেটেৰী […]
♦টিহু মহকুমা কবি সন্মিলন গঠন নলবাৰী : টিহু মহকুমাৰ টিহু হৰি মন্দিৰৰ অনুৰাধা ডেন্স একাডেমিৰ আখৰাগৃহত ১৪ ফেব্ৰুৱাৰীত ‘ফাগুনৰ ধূলিয়ৰি বতৰত কবিতাৰ মেল’ শীৰ্ষক এক […]
♦নিজা বাতৰি দিওঁতাঃ আশীহাৰা কাৰাটে স্কুল অৱ আছাম’ৰ উদ্যোগত অনুস্থিত হোৱা এই অনুষ্ঠানত ৪০জনৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে […]
Copyright © 2024 | WordPress Theme by MH Themes
লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ
📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎলোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি অহা ৩০ ডিচেম্বৰ, ২০২৪ৰ ভিতৰত asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
‘অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস
This will close in 20 seconds