অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণি

● উত্তৰ-পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ ছবিৰ খিতাপ “দ্য ছিলভান ছাগা” ● সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি ছ’ৰিল য়াল্লাট্টিকাৰ “জাছৱান্দা” গুৱাহাটীঃ চিনেমাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰা তথা লগতে […]

“বিস্ময়”ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব ✍️ জুবিন গাৰ্গ

● অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি […]

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা

গুৱাহাটীঃ বেলতলা ত্ৰিৱেণী মহিলা চ’ৰাৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শিশু দিৱস ১৪ নৱেম্বৰৰ পৰিবৰ্তে আগতীয়াকৈ ১০ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ ত্ৰিৱেণী মহিলা চ’ৰাই প্ৰস্তুতি […]

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্রতিষ্ঠা দিৱস উদযাপন

আজাৰাঃ পশ্চিম গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। উল্লেখ্য যে ২০২৩ চনত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় হিচাপে অনুমোদিত হোৱাৰ আগতে […]

বিশিষ্ট সাহিত্যিক শশী ফুকনৰ মৃত্যুত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সন্মিলনীৰ গভীৰ শোক প্ৰকাশ

গুৱাহাটীঃ জনপ্ৰিয় ‘বিস্ময়’ আলোচনীৰ স্বত্বাধিকাৰী, সম্পাদক, বিশিষ্ট সাহিত্যিক শশী ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰাগজ্যোতিশিয় সন্মিলনীয়ে ।এক শোক বাৰ্তাত সন্মিলনীৰ […]

জামছেদপুৰক বিধ্বস্ত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তন নৰ্থ ইষ্ট ইউনাইটেডৰ

নৰ্থ ইষ্ট ইউনাইটেডঃ ৫ [আলাউদ্দিন ৫, ৯০ মিনিট, পাৰ্থিৱ ৪৪, ৫৫ মিনিট, নিকছন ৮২ মিনিট] জামছেদপুৰ এফ চিঃ ০ গুৱাহাটীঃ চাৰিখন মেচৰ দুৰ্ভাগ্যৰ অন্ত পেলাই […]

দুৰ্ঘটনামুক্ত দীপাৱলী উদযাপনৰ বাবে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান পৰিবহণ বিভাগৰ

গুৱাহাটীঃ পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত সকলো যানবাহন ব্যৱহাৰকাৰীকে বাহন চলাওঁতে অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ বিভাগে। ইয়াৰ বাবে সকলোকে সম্পূৰ্ণ নিয়ম-শৃংখলা তথা […]

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ‘নাক’ৰ পৰিদৰ্শন

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহাবিদ্যালয়ত ২৫ আৰু ২৬ অক্টোবৰত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ পৰিদৰ্শক মণ্ডলীৰ দ্বাৰা তৃতীয় চক্ৰৰ বাবে পৰিদৰ্শন অনুষ্ঠিত হয়। দুদিনীয়া […]

টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয় 🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব। […]