শেহতীয়া আপডেটঃ

৫৮ নং তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অধ্যক্ষ অশোক ভট্টাৰায়:

 

 

৫৮ নং তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অধ্যক্ষ অশোক ভট্টাৰায়:

দৰঙাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অধিকাংশ গোর্খা জনবসতিপূৰ্ণ অঞ্চলত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে ৫৮ নং তামুলপুৰ সমষ্টি ভোটৰ সকলৰ সৈতে সোমবাৰে অসম ৰাজ্যৰ পৰিবহণ নিগমৰ  অধ্যক্ষ অশোক ভট্টাৰায়:

সভাত গোর্খা সমুদায়ৰ লোক সকলৰ অভাৱ অভিযোগ বোৰৰ বুজ লোৱা লগতে সমস্যাবোৰ অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন  চৰকাৰ খনে  সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে ভোটাৰ সকলক ।

অহা ৩০ অক্টোবৰ তাৰিখে হ’ব লগীয়া উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী  জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই ভোটাৰ সকলক ।উক্ত সভাত বৰছলা সমষ্টিৰ বিধায়ক  গণেশ কুমাৰ লিম্বু , মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক  ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ লগতে দলীয় নেতৃবৃন্দ উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.