31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ১০,১০০ গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম

    ■ শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত আজি একেলগে ১০,১০০ গৰাকী আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম।

    যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা অহা ১০ হেজাৰৰো অধিক আইমাতৃয়ে পৰিৱেশন কৰিলে দুটাকৈ দিহানাম।

     

    দিহানাম পৰিৱেশন কৰি নাম খোদিত কৰিলে ” আসাম বুক অৱ ৰেকৰ্ড’ছত। সৰ্বাধিক মহিলাই হাত চাপৰি মৰা ৰেকৰ্ডো হোৱা বুলি সদৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। ইয়াৰ উপৰিও নেশ্যনেল বুক অৱ ৰেকৰ্ডছত স্থান লাভৰ সম্ভাৱনা ব্যক্ত কৰিলে ৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ডছ ৰ প্ৰতিনিধিয়ে।

    আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলা আৰু আসাম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত ৰেকৰ্ডছৰ বিষয়ববীয়া উপস্থিত থাকে।

    অন্যহাতে এই অনুষ্ঠানত দিহানাম পৰিৱেশন কৰি অতিকৈ আনন্দ প্ৰকাশ কৰে আয়তী সকলে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.