শিৱসাগৰ নাজিৰাৰ পৰা পাৰ্থ প্ৰতিম বৰুৱাঃ আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ত ‘ৰংগোলী প্ৰতিযোগিতা’,আৰু নাজিৰা মহাবিদ্যালয়ত ‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সজাগতামূলক অনুষ্ঠান’ আৰু নাজিৰা কলেজ তিনিআলিৰ সমীপত আন এক ভোটাৰ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। 



