31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথৰ সমীৰণ চাহ-উদ্যোগলৈ ৰাষ্ট্ৰীয় বঁটা

    বিশ্বনাথৰ সমীৰণ চাহ-উদ্যোগলৈ ৰাষ্ট্ৰীয় বঁটা

    অসম খবৰ বিশ্বনাথ 15 আগষ্ট:

    চাহ উৎপাদনৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা কৃতিত্বৰ বাবে বিশ্বনাথৰ সমীৰণ চাহ-উদ্যোগক এইবাৰ বিশেষ বঁ‌টাৰে সন্মানিত কৰা হৈছে।চলিত বৰ্ষৰ অষ্টম ৰাষ্ট্ৰীয় প্ৰাইড এচিভাৰ্ছ বঁটা এইবাৰ “ভাৰতৰ সৰ্বোচ্চ উচ্চমানৰ চাহ প্ৰস্তুতকাৰী” উপাধিৰে সন্মানিত কৰা হৈছে সমীৰণ চাহ উদ্যোগক।উল্লেখ্য যে এই সন্মানীয় স্বীকৃতিয়ে কোম্পানীটোৰ ব্যতিক্ৰমী চাহ উৎপাদনৰ অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। চাহৰ গুণগত মানৰ উচ্চতম মানদণ্ড বজাই ৰখাৰ ক্ষেত্ৰত আপোচবিহীন সমীৰণ চাহ উদ্যোগৰ হৈ গুৱাহাটীত অনুষ্ঠিত এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে স্বত্বাধিকাৰ নৰেন শৰ্মাই।বঁটা গ্ৰহণৰ অন্তত নৰেন শৰ্মাই কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা আৰু গ্ৰাহকৰ আনুগত্যৰ বাবেই এই সাফল্য বুলি অভিহিত কৰে। সমীৰণ চাহ-উদ্যোগে এই মাইলৰ খুঁটিত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্মচাৰী আৰু গ্ৰাহক উভয়কে নিৰন্তৰ সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds