Sunday, August 17, 2025
30.6 C
Guwahati
TOP NEWS:

প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন প্ৰাপ্ত্য শিল্পী নাৰায়ণ ডেকা ।

- Advertisement -

প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন প্ৰাপ্ত্য শিল্পী নাৰায়ণ ডেকা ।

অসম খবৰ প্ৰতিনিধি নলবাৰী ১৯ ছেপ্টেম্বৰ ::

টিহু মহকুমাৰ অন্তৰ্গত মাখিবাহা গাওঁৰ এইগৰাকী শিল্পী নাৰায়ণ ডেকা। তেখেতে ১৯৮৫ চনতে অসম পাপেট থিয়েটাৰ নামেৰে পুতুলা নাচক ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰাৰ উদ্দেশ্যে জন্ম দিছিল অসম পাপেট থিয়েটাৰক । তেতিয়াৰে পৰা এতিয়ালৈ নিৰবিচ্চিন্ন ভাৱে তেওঁ এই কলা সংস্কৃতিক জীয়াই ৰখাৰ সাধনা চলাই আহিছে। নাৰায়ন ডেকাই ২০১৬ চনত অসম চৰকাৰ তৰফৰ পাৰ শিল্পী পেঞ্চন লাভ কৰিবলৈও সক্ষম হৈছে । তাৰ উপৰিও অসমৰ আপুৰুগীয়া বিলুপ্তপ্ৰায় লোকশিল্প ‘পুতলা নাচ’ৰ ওপৰত নিৰ্মাণ কৰা পৰিচালক ৰাজেন দাসৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ছবি ‘লাইফ ইন এ পাপেট’ত মূখ্য চৰিত্ৰতও অভিনয় কৰিছিল এইগৰাকী নাৰায়ণ ডেকাই । ক’ভিড সৃষ্ট পৰিবেশে কিছু পৰিমানে তেওঁক আৰ্থিক ভাৱে জৰুলা কৰিছে যদিও ভাগৰি নপৰা নাৰায়ণ ডেকাই পুনৰ ৰাইজৰমাজলৈ যাবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে ।

প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত শিল্পী নাৰায়ণ ডেকা|#Nalabari#

Hot this week

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো মূল্য নাইঃ জয়ন্ত বসুমতাৰী

পৰ্বতঝোৰাঃ বিটিআৰত আৰম্ভ হৈছে নিৰ্বাচনী যুদ্ধ। শাসক বিৰোধী নেতাৰ...

২০ তম পানবাৰী অসম আৰক্ষী বাহিনীৰ ছাউনিত উলহ মালহৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

Topics

সংখ্যালঘূৰ সৈতে প্ৰতাৰণাঃ কংগ্ৰেছ কৰ্মীৰ ৰাইজৰ দলত যোগদান

পৰ্বতঝোৰাঃ ● গৌৰীপুৰত ৰাইজৰ দলৰ যোগদান সভা ● ৰাইজৰ দলৰ বালাজান...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

Related Articles

Popular Categories

Assam
moderate rain
26.8 ° C
26.8 °
26.8 °
91 %
1.4kmh
29 %
Sun
35 °
Mon
31 °
Tue
31 °
Wed
31 °
Thu
28 °