31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    পুথি অধ্যয়ন আৰু সংৰক্ষণ বিষয়ৰ সভা

    পুথি অধ্যয়ন আৰু সংৰক্ষণ বিষয়ৰ সভা

    পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ পুথিভঁৰালে পকাদ’লৰ শ্ৰীশ্ৰী লক্ষীকান্তদেৱ গোস্বামী মধ্য ইংৰাজী বিদ্যালয়ত আজি আয়োজন কৰে এখনি আলোচনা চক্ৰ তথা বক্তৃতা অনুষ্ঠান ৷

    দুপৰীয়া ১২ বজাত অনুষ্ঠিত “পুথি অধ্যয়ন আৰু সংৰক্ষণ” শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰত সঞ্চালকৰ আসন গ্ৰহণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰুণ কুমাৰ শইকীয়াই ৷পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সহায়ক মাধৱ বৰুৱাই আঁতধৰা সভাখনি উদ্বোধন কৰে পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হেমাঙ্গ কুমাৰ নেওগে ৷আলোচনা চক্ৰৰ সমল ব্যক্তি তথা মূলবক্তা পূৰ্ণ বৰাই কয়” পুথি অধ্যয়নৰ অবিহনে মানুহৰ জ্ঞান গম্ভীৰ হ’ব নোৱাৰে ৷

    এগৰাকী বিদ্যাৱন্ত আৰু সমাজ সংগঠকেহে উপলব্ধি কৰে পুথি সংৰক্ষণৰ মহিমা “৷ বিদ্যালয়খনৰ শিক্ষক,পৰিচালনা সমিতিৰ বিষয়ববীয়া ছাত্ৰছাত্ৰছাত্ৰী উপস্থিত থকা সভাত অংশগ্ৰহণ কৰে পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা প্ৰণালী শইকীয়া,সহকাৰী গ্ৰন্হগাৰীক জ্যোতিমনি শইকীয়া,সহায়ক সুশান্ত নেওগ আৰু অভিভাৱক- অভিভাবিকাই ৷আজি সভাত ছাত্ৰী ভিতালী শইকীয়াই আধুনিক গীত পৰিৱেশন কৰে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds