Thursday, May 29, 2025
25.7 C
Guwahati
TOP NEWS:

পদূলিত মাঘ বিহু : লক্ষীমপুৰতো ভোগালী বিহুৰ প্ৰস্তুতি Video

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

পদূলিত মাঘ বিহু
লক্ষীমপুৰতো ভোগালী বিহুৰ প্ৰস্তুতি :

লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰীয়া ডেকা গাভৰু,জীয়ৰী -বোৱাৰীৰ মাজত ভোগালীৰ আনন্দ-উল্লাস ।
সমগ্ৰ অসমৰ লগতে লক্ষীমপুৰৰ নাৰায়ণপুৰ-বিহপুৰীয়াৰ গাঁৱে-ভূঞে নগৰে-চহৰে নগৰে অসমীয়াৰ প্ৰাণৰ ভোগালী বিহুটোৰ উলহ-মালহেৰে ব্যাপক আয়োজন কৰা দেখা গৈছে।

নতুনকৈ জাৰিকৰা SOPলৈ কোনো চিন্তিত নহয় অসমীয়া ৰাইজ ।
গাঁৱৰ ডেকা-গাভৰু জীয়াৰী-বোৱাৰীৰ গা এতিয়া সাতখন-আঠখন । চাৰিওফালে ঢেঁকীৰ গোম্‌-গোমনীৰ শব্দই ৰজন্‌জনাই উঠিছে জীয়ৰী-বোৱাৰীৰ দুভৰীৰ ছন্দত ।

কোনে কিমাম জুতি লগাই বনাব পাৰে তাৰেই যেন প্ৰতিযোগিতা দেখা গৈছে গাৱঁৰ সমূহত ।

নাৰায়ণপুৰৰ বৰনাহৰনিটো মহিলা আত্মসহায়ক গোটৰ বিহুৰ ব্যপক প্ৰস্তুতি মাঘ বিহুক লৈ ।

এইবাৰ পিঠা-পনা ব্যৱসায় কৰি দুপইচা অৰ্জন কৰা সংকল্প এই সকল গোটৰ আই মাতৃ সকলে। আনহাতে ভোলাবৰীৰ আদিবাসী জনগোষ্ঠী সকলে শংকৰী ধৰ্ম-সংস্কৃতি গ্ৰহন কৰি প্ৰতিবছৰে বিহু উৎসৱ পালন কৰি আহি সমগ্ৰ অঞ্চলটোত এক সুকীয়া নিৰ্দশন দেখুৱাইছে । তেওঁলোকে ভেলাঘৰ সাঁজি অসমীয়া সংস্কৃতিৰ পৰমপৰা ৰক্ষা কৰি অন্য এক আদৰ্শনীয় পদক্ষেপ হাতত লৈছে ।
আনহাতে বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাটত দেখা গৈছে মাঘ বিহু উখল মাখল পৰিৱেশ, চতিয়া, জামুগুৰীহাটত, তেজপুৰ, কলিয়াব, নগাঁও, শিৱসাগৰ, যোৰহাটৰ টিয়ক, কাকজান, ডিব্ৰুগড়, তিনিচুকীয়া,নলবাৰী, বৰপেটা, ৰঙিয়া, মায়াং, মঙলদৈ, গুৱাহাটী মহানগৰ লগতে বিহালী সমষ্টিৰ লগতে গহপুৰতো মাঘ বিহুক লৈ ব্যাপক আয়োজন কৰিছে অসমীয়া যুৱক যুৱতীয়ে।
ইফালে কভিড নীতি নিয়ম কিছু শিথিলতা কৰাত আনন্দিত হৈছে অসমীয়া ৰাইজ ।

অসম খবৰ বিশেষ প্ৰতিনিধি জয়ন্ত কুমাৰ হাজৰিকাৰ ।

- Advertisement -

Hot this week

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই

ইন্টেগ্ৰেটেড বনাম স্বতন্ত্ৰ স্নাতকোত্তৰ ডিগ্ৰী ✒️ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাৰ্থীসকলৰ বাবে স্নাতকোত্তৰ...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
90 %
1.1kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
28 °
Mon
29 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds