31.3 C
Guwahati
Thursday, October 23, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীৰ দেহাকুছিত দীপান্বিতা উদযাপন:

    নলবাৰীৰ দেহাকুছিত দীপান্বিতা উদযাপন:

    দেহাকুছি যুৱ মঞ্চৰ উদ্যোগত দেহাকুছি কালি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে সপ্তম বাৰ্ষিক দিপাৱলী মহোৎসৱ।

    কভিড নীতি নিয়ম মানি এদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দিপাৱলী।
    প্ৰায় ২৫ শ চাকি জ্বলাই পোহৰেৰ আলোকিত কৰিছে তুলিছে দেহাৰকুছি কালি মন্দিৰ প্ৰাংগণ।
    অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া কলা সংস্কৃতিৰ বাহক কৈহাটীৰ ঢুলীয়া দলে বিভিন্ন অনুষ্ঠান পৰিবৱশন কৰে।

    প্ৰেৰক – ফইজুল হক চৌধুৰী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds