■ নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড।
■ বিতু দুৱৰাৰ বাসগৃহত সংঘটিত অগ্নিকাণ্ড৷
■ অগ্নি নিৰ্বাপকৰ দল অহাৰ পূৰ্বেই জুইৰ লেলিহান শিখাত ভষ্মীভূত বাসগৃহটো।
■ বিহু উপলক্ষ্যে জ্বলোৱা চাকি বন্তিৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
কাতি বিহুৰ আনন্দ-উল্লাসৰ মাজতে নাৰায়ণপুৰত অঘটন, জুইত ভস্মীভূত এটা বাসগৃহ
Source:News Report
Via By: Assam | News
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



