শেহতীয়া আপডেটঃ

অসম সাহিত্য সভাৰ প্ৰতিনিধিত্ব মূলক ৰাজহুৱা সভা 

অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পুৰ্ণাঙ্গ অধিবেশনৰ কৰ্ণধাৰ সমিতি গঠনৰ আদৰণীয় সমিতি পুনাংগ ৰূপ ।
যোৱা ১৯ ছেপ্টেম্বৰত ৰাজহুৱা সভাই পতা ইশ্বৰ প্ৰসন্ন ভৰালীৰ ঠাইত মাখন তামুলীক সাধাৰন সম্পাদকৰ দায়িত্ব দিয়ে ।

কাৰ্যকৰী সভাপতি হিচাপে শৰৎ হাজৰিকাক দায়িত্ব দিয়ে ।

অন্যহাতে উপেন হাজৰিকাক আদৰণী সমিতি সম্পাদকৰ পদৰ পৰা অব্যাহতি দিয়ে সভাই। নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে আদৰণী সমিতিৰ সভাপতি বিধায়ক ড° অমিয় কুমাৰ ভুঞাই ।

আজিৰ সভাতে আদৰণী সমিতিৰ সভাপতি হিচাপে ড° অমিয় কুমাৰ ভূঞাই দায়িত্ব ভাৰ গ্ৰহণ কৰে ।

সভাপতি ভূঞাই জাতি-বৰ্ণ, দল-মত নিবিৰ্শেষে সকলো জনগোষ্ঠী লোকক সহযোগিতা বিছাৰি অধিবেশন খন সাফল্য মণ্ডিত কৰিবলৈ আহ্‌বান জনাই ।

আজিৰ সভাত মাজুলী,বিশ্বনাথ জিলা, আৰু ধেমাজীৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে ।

অঞ্চলটোৰ বহু বিশিষ্ট বিক্তিয়ে অংশগ্ৰহন কৰা সভাত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ সকলে অংশগ্ৰহন কৰে । সভাই এখন কৰ্ণধাৰ সমিতি গঠনৰ সিদ্ধান্ত  গ্ৰহন কৰে ।
 প্ৰেৰক :নায়ণপুৰৰ জয়ন্ত কুমাৰ হাজৰিকা

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.