Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

দিল্লী চৰকাৰৰ শিক্ষা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত যোৱা ৩ জানুৱাৰীৰ পৰা নতুন দিল্লীৰ থায়াগৰাজ ক্ৰীড়া প্রকল্প চৌহদত অনুষ্ঠিত সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতা ২০২৪-২৫ৰ আজি সন্ধিয়া সামৰণি পৰে।

প্ৰতিযগিতাত মহিলাৰ মুকলি একক শাখাত অসমৰ চুজেন বুঢ়াগোহাঁইয়ে সোণৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ ৪৫ বছৰ ঊৰ্ধৰ ডাবলছ শাখাত বিষ্ণু ডেকা আৰু প্ৰাঞ্জল পাংগিঙে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমলৈ ২টা পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা সাতজনীয়া পুৰুষ-মহিলা দলটোৰ খেলুৱৈ সকল আছিল ক্ৰমে- অসম সচিবালয়ৰ পতিত পবন দত্ত আৰু বিষ্ণু ডেকা, চিৰাং জিলাৰ ৰেচম বিভাগৰ ৰঞ্জিত গগৈ, উত্তৰ লক্ষীমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাঞ্জল পাংগিং, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ জ্যোতিৰ্ময় শৰ্মা, শিলচৰৰ তৃতীয় এন চি চি বেটেলিয়ানৰ চুজেন বুঢ়াগোহাঁই আৰু ডিব্ৰুগড়ৰ দশম অসম এন চি চি বেটেলিয়ানৰ মাইনী বৰুৱা।

- Advertisement -

Hot this week

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °