Friday, May 16, 2025
25.1 C
Guwahati

সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা ৩ দিনীয়াকৈ অনুস্থিত প্ৰথম বাৰ্ষিক North EAST PARA SPORTS MEET

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -
  • আজি পেৰা খেলৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পিযুষ হাজৰিকাই
  • অনুস্থানত পেৰা খেলুৱৈ সকলে নৃত্য, গীত প্ৰদৰ্শন কৰে
  • উত্তৰ পূৰ্বাঞ্চলৰ ২ শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে

আজিৰে পৰা প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে ‘নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিট-২০২৪’
উদয়াচলৰ উদ্যোগ তথা অসম পেৰালিম্পিক সন্থাৰ সহযোগত ২৭ নবেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই মেগা ইভেন্ট
আজি উদ্ধোধন হোৱা প্ৰতিযোগিতা মুকলি কৰিলে কেবিনেট মন্ত্রী পিয়ুষ হাজৰিকাই
এথলেটিকছ, সাঁতোৰ,বচ্চিয়া,বেডমিন্টন,টেবুল টেনিছ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা
অসমৰ উপৰিও এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব মুঠ ৫৭৫ গৰাকী পেৰা খেলুৱৈয়ে

‘পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত পেৰালিম্পিক এছ’চিয়েশ্যন অৱ আছামৰ সহযোগত আৰু যাদৱ চন্দ্ৰ মেম’ৰিয়েল ট্ৰাষ্ট, উদয়াচলৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰলৈ অনুষ্ঠিত নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মীট-২০২৪ৰ আজি উদ্বোধন কৰি নথৈ আনন্দিত হওঁ। ক্ৰীড়া প্ৰতিভাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল পূৰ্বৰে পৰাই আগৰণুৱা। শাৰীৰিক প্ৰতিবন্ধকতাৰ হেঙাৰ আঁতৰাই উত্তৰ-পূৰ্বাঞ্চলৰ ৬খন ৰাজ্যৰ প্ৰায় ৫৫০ গৰাকী প্ৰতিযোগীয়ে অংশ লোৱা এই প্ৰতিযোগিতা সফলতাৰে সম্পূৰ্ণ হওক, তাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।’- মন্ত্ৰী পিযুষ হাজৰিকা

আজিৰ এই বিশেষ কাৰ্যসূচীত প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মীটৰ আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভূঞা শৰ্মা, পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়াৰ সচিব প্ৰধান জে জি হামানাৱাৰ, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালী, ক্ৰীড়া কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ তিমুং, অসম ৰাজ্যিক পৰিবহণ বিভাগৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ আৰু বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

- Advertisement -

Hot this week

Concert Shows Will Stream on Netflix, Amazon and Hulu this Year

Find people with high expectations and a low tolerance...

শ্ৰোণীৰ প্ৰদাহ ৰোগ

শ্ৰোণীৰ প্ৰদাহ ৰোগ পি আই ডি কাক কয়? পি...

Best Places to Get Your Mexican Food Fix When You Visit Mexico City

Find people with high expectations and a low tolerance...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds