শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যৌথ বৈঠক।

 

 

শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যৌথ বৈঠক

 

যৌথশোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যৌথ বৈঠক। বৈঠকৰ পিছত নিৰ্দেশ পত্ৰ ASDMA 28/2021/247 মৰ্মে এক সিদ্ধান্তত উপনীত হোৱাৰ পিছত বিয়জা দশমীৰ বিসৰ্জনক লৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিয়জা দশমীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ২ লৈ ১০৭ খন পূজা সমিতিক মুৰ্তি বিসৰ্জন দিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে। সূৰ্য্যাস্তৰ লগে প্ৰশাসনে প্ৰদান কৰা নিৰ্দেশনা মানি চলিবলৈ পূজা উদযাপন সমিতি সমূহক আহ্বান জনাইছে শোণিতপুৰ জিলা প্ৰশাসনে। উল্লেখযোগ্য যে মহা নৱমীৰ দিনা ৮ জনকৈ লোকক পূজা স্থলীত কভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তৎপৰ হৈছে শোণিতপুৰ জিলা প্ৰশাসনে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.