বৰভাগৰ সীমান্তৱৰ্তী বগলচ ৰোডত পুৱাই দুৰ্বৃত্তই লুটিলে বলেৰ’ পিকআপ ভেন

■ অৰুনাচলৰ পৰা ব্ৰইলাৰ মুৰ্গী দি ওভতাৰ পথত ঘগ্ৰাপাৰৰ পৰা অপহৰণ কৰি আনি বগলচ ৰোডত লুটপাত চলাই দুৰ্বৃত্তৰ দলটোৱে৷

নগদ ৬০ হাজাৰ টকা সহ দুটা মোবাইল ফোন এখন এ টি এম কাৰ্ড আৰু গাড়ীখনৰ চাবি লৈ উধাও হয় দলটো।

দ্ৰাইভাৰ আৰু হেণ্ডিমেন জনক মাৰধৰ কৰাৰ ফলত দ্ৰাইভাৰ ইদ্ৰিছ খান গুৰুতৰ ভাবে আহত হয়৷

প্ৰায় ১০-১২ জনীয়া দুৰ্বৃত্তৰ দলটিয়ে এখন বলেৰ আৰু দুখন পিকআপ ভেন লৈ আহিছিল৷

অৱশেষত ঘগ্ৰাপাৰ আৰক্ষীয়ে গাড়ীখন চমজি লৈ দ্ৰাইভাৰ জনৰ চিকিৎসাৰ ব্যৱস্থা কৰে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.