Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

বিহালী উদীয়মান অভিনেতা কৰিঅ’ গ্ৰাফাৰ অঞ্জন তথা জোন দাসলৈ কালা ভা নাট্য সমতা বঁটা’

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

কালা ভা নাট্য সমতা বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে বিহালী ৰাংছালী গাৱঁৰ যুৱ অভিনেতা জোন দাসে

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ মুখ্য কাৰ্যালয় থকা ‘সমতা সাহিত্য একাডেমী নামৰ সংগঠনটোৱে সমাজৰ উন্নতি বাবে নিৰন্তৰ আৰু সততাৰে কাম কৰা সমাজৰ প্ৰকৃত নেতা সকলৰ লক্ষণীয় আৰু উল্লেখনীয় অৱদানক সন্মান আৰু আলোকপাত কৰা লগতে উক্ত ব্যক্তি সকলক শিৰোনামৰ অধীনত বিভিন্ন পুৰস্কাৰে প্ৰকৃত নায়ক সকলক অনুপ্ৰাণিত কৰিবলৈ সন্মান প্ৰদান কৰি আহিছে সমতা সাহিত্য একাডেমীয়ে ।

সমতা সাহিত্য একাডেমী প্ৰকৃত মূলমন্ত্ৰ হিচাপে লৈ ২০০৮ চনৰ পৰা দেশৰ বিদেশৰ বিভিন্ন স্থান যেনে নাগপুৰ, পুনে, নাছিক, মুম্বাই, গোৱা, কাঠমাণ্ডু (নেপাল), কলম্বো (শ্ৰীলংকা), থিম্ফু (ভূটান), বেংকক (থাইলেণ্ড), কুয়ালালামপুৰ (মালয়েছিয়া) আদি মেট্ৰ’ চহৰ সমূহত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি সমাজৰ বাবে কাম কৰা প্ৰকৃত নায়ক সকলক আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক বঁটাৰে সম্বৰ্ধনা জনাই আহিছে।

আন বছৰ দৰে এইবাৰো সমতা সাহিত্য একাডেমীয়ে এই বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে দেশ খনৰ জয়পুৰ ৰাজস্থানত।
এই বঁটা প্ৰদান অনুষ্ঠানলৈ দেশ খনৰ বহু কেইজন ব্যক্তিক নিমন্ত্ৰণ জনাইছে ।

এই বঁটালৈ নিৰ্বাচিত হৈছে অসমৰ বিহালী সমষ্টিৰ ৰাংছালী গাৱঁৰ যুৱ অভিনেতা জোন দাস ( অঞ্জন )
সমতা সাহিত্য একাডেমী ৰাষ্ট্ৰীয় সভাপতি ড০ ডি এছ তাণ্ডেকাৰে নিমন্ত্ৰণ জনাইছে
বিহালী সমষ্টিৰ ৰাংছালী গাৱৰ যুৱ অভিনেতা জোন দাসলৈ ” কালাবা নাট্য সমতা বটাঁ বাবে নিৰ্বাচিত কৰা কথা ।ইফালে এই বঁটা অহা ডিচেম্বৰৰ ১৯ তাৰিখে জয়পুৰত (ৰাজস্হান) প্ৰদান কৰিব বুলি জোন দাসক সমতা সাহিত্য একাডেমীয়ে জানিবলৈ দিয়ে ।
উল্লেখযোগ্য বিহালী সমষ্টিৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা সৰুৰে পৰা অভিনয় জগত খনৰ প্ৰতি থকা আগ্ৰহ অভিনয় জগত খনত প্ৰৱেশ কৰি যুৱ প্ৰজন্মৰ শিল্পী গৰাকীয়ে কম সময়ৰ ভিতৰত বহু কেইটা গীতৰ এলবামত অভিনয় কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।


ইয়াৰ ভিতৰত জনপ্ৰিয়তা লাভ কৰিছে জুন দাসে।
ইফালে অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপ’ষ্টৰ ধাৰাবাহিক খনতো অভিনয় কৰিছে জুন দাসে।

আনহাতে
“কম্বল” নামৰ ভিডিঅ’ গীতটিয়ে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা লগতে বনমালী বাগান, প্ৰেমৰ চিলা,মায়াবিনী, অৰে প্ৰিয়া, তৰামাই, আদিৰ গীতৰ ভিডিঅটো অভিনয় কৰি নিজৰ প্ৰতিভা অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰিবলৈ সক্ষম হৈছে অভিনেতা জুন দাসে। বিহালী বিভিন্ন দল সংগঠনে জোন দাসলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °