Wednesday, July 9, 2025
25.7 C
Guwahati
TOP NEWS:

বিশ্বনাথ মহকুমা  অৱকাৰী অভিযান অবৈধ চুলাই ব্যৱসায়ী বিৰুদ্ধে  :শ শ লিটাৰ চুলাই  নষ্ট : বহু কেইটা চুলাই ভাঁটি  উৎখাত :: 

- Advertisement -
বিশ্বনাথ মহকুমা  অৱকাৰী অভিযান অবৈধ চুলাই ব্যৱসায়ী বিৰুদ্ধে  :শ শ লিটাৰ চুলাই  নষ্ট : বহু কেইটা চুলাই ভাঁটি  উৎখাত ::

বিশ্বনাথ জিলা অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকা হুংকাৰ পাছতে তৎপৰ  হৈছে বিশ্বনাথ জিলা প্ৰশাসন তথা আৱকাৰী বিভাগ ।বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশত  বিশ্বনাথ মহকুমা আৱকাৰী  বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান। মঙলবাৰে   বিশ্বনাথ মহকুমা আৱকাৰী উপ অধীক্ষক দ্বিপেন বৰা, মহকুমা পৰিদৰ্শক শৰৎ তিমুং নেতৃত্বত যোৱা এটা আৱকাৰী দলে বিশ্বনাথৰ গলিয়াকে ধৰি বিভিন্ন অঞ্চলত অভিযান চলাই কেইবা ব শ লিটাৰ  চুলাই  মদ আৰু পাচ  নষ্ট কৰা লগতে বহু  কেইটা  চুলাই ভাঁটি উৎখাত কৰে আৱকাৰী দলটোৱে ।
আনহাতে চুলাই মদৰ বিৰুদ্ধে এই  অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে আৱকাৰী বিষয়া শৰৎ তিমুংয়ে।

 

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
92 %
2.2kmh
100 %
Wed
27 °
Thu
33 °
Fri
33 °
Sat
33 °
Sun
29 °