শেহতীয়া আপডেটঃ

বিশ্বনাথৰ ধুলীত আটছাৰ প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন ৷

 

 

বিশ্বনাথৰ ধুলীত আটছাৰ প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন ৷

 

ৰমেশ চন্দ্ৰ চৰেণ’ৰ  , ৪ নবেম্বৰ ঃ অসম চাহ জনজাতি ছাত্র সন্হা বিশ্বনাথ শাখা সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ শাখাৰ অন্তৰ্গত ধূলি প্ৰাথমিক গোট গঠনৰ সভাখন বিশ্বনাথ শাখা আটছাৰ উপ-সভাপতি কিৰন ওৰাঙৰ সভাপতিত্বত অলপতে অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত অমৃত দ্বীপক সভাপতি আৰু সুৰজ চিকাক সম্পাদক হিচাবে লৈ ৩১ জনীয়া এক শক্তিশালী প্ৰাথমিক গোট গঠন কৰা হয় ৷ সভাত বিশ্বনাথ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ কুৰ্মি সহ-সম্পাদক ক্ৰমে সদানন্দ তাঁতী, জ্যোতিশ তাঁতী, প্ৰচাৰ সম্পাদক বিসেশ্বৰ বেনিয়া,ধূলি উপ-শাখাৰ সহ-সম্পাদক ৰাজ চোনা, ধূলি প্ৰাথমিক গোটৰ উপদেষ্টা অমল নাগ আৰু ৰিচাৰ্ড মহানন্দকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে । নৱ গঠিত ধূলি প্ৰাথমিক গোটৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়াক আটছাৰ বিশ্বনাথ শাখা সমিতিৰ তৰফৰ পৰা প্ৰীতি ভৰা শুভেচ্ছা আৰু অভিনন্দন জনাই ।

প্ৰেৰক – ৰমেশ চন্দ্ৰ চৰেণ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.