বিতৰ্কিত বিধয়াক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

দিচপুৰ আৰক্ষীয়ে প্ৰেপ্তাৰ কৰে শ্বেৰমান আলিক

বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক

শ্বহীদক অপমান কৰিছিল শ্বেৰমান আলীয়ে

বৰ্তমান পানবজাৰ আৰক্ষীৰ জিন্মাত শ্বেৰমান আলী

পানবজাৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি কাইলৈ ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰা হ’ব

অসম আৰক্ষীৰ নিজা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে

গুৱাহাটীৰ ৩ খন আৰক্ষী চকী, হাতীগাঁও থানাকে ধৰি আন ২ খন থানাত শ্বেৰমানৰ বিৰুদ্ধে গোচৰ থকাৰ লগতে ৰাজ্যৰ বহু আৰক্ষী চকীত গোচৰ

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.