নেহেৰু যুৱ কেন্দ্ৰ উদ্যোগত তেজপুৰত স্বচ্ছ ভাৰত অভিযান :

 

নেহেৰু যুৱ কেন্দ্ৰ উদ্যোগত তেজপুৰত স্বচ্ছ ভাৰত অভিযান :

তেজপুৰ চহৰত অব‍্যাহত আছে স্বচ্ছ ভাৰত অভিযান ।

উষা নগৰী তেজপুৰত নেহেৰু যুৱ কেন্দ্ৰ (বালি পাৰা ব্লেক)ৰ উদ্যোগত তেজপুৰ চহৰ খন স্বচ্ছ,পৰিষ্কাৰ, প্লাষ্টিক মুক্ত কৰি ৰখা উদ্দেশ্যই নেহেৰু যুৱ কেন্দ্ৰই উদ্যোগত স্বচ্ছ ভাৰত অভিযান অব্যাহত ৰাখিছে।

ইফালে আজি তেজপুৰৰ বিভিন্ন স্থানত নেহৰু যুৱ কেন্দ্ৰৰ সদস্য সকলে তেজপুৰ চহৰ খনত প্লাষ্টিক,বটল,লেতেৰা জাৱৰ দ’ম চাফ চিকুণ কৰে।
উক্ত কাৰ্যসূচীত কেন্দ্ৰটো সদস্য নিৰঞ্জন কুমাৰ চাহ লগতে বহু কেইজন সদস্য অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.