31.3 C
Guwahati
Wednesday, November 19, 2025
More

    শেহতীয়া আপডেটঃ

    নলবাৰীত মানসিক উন্নয়ন কেন্দ্ৰৰ সভা সম্পন্ন

    ■ নলবাৰীৰ এটি আগশাৰীৰ স্বয়ংসেৱী সংস্থাই প্ৰতিবন্ধী সকলৰ সেৱাৰ লগত জড়িত অসম মানসিক উন্নয়ণ কেন্দ্ৰ(Assam Mental Welfare Society ) ৰ দ্বি-বাৰ্ষিক সাধাৰন সভা খনি আজি অনুস্থিত হৈ যায়। আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে ডঃ প্ৰমোদ বৈশ্য আৰু ডঃ দীনমনি ভাগবতীয়ে।

    অমূল্যনাথ শৰ্মাৰ গুৰু গম্ভীৰ স্বৰৰে পাঠ কৰা মংগলচৰণমে পৰিবেশ পবিত্ৰময় কৰি তোলে। ইয়াৰ পিছত সম্পাদক ভগবান শৰ্মাই আদৰণি ভাষণৰে সকলোকে সম্ভাষণ জনায়। আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সম্পাদকীয় প্ৰতিবেদনত সংস্থাটোৰ যোৱা বৰ্ষৰ সকলো কাম-কাজ বিতং ভাবে বৰ্ননা কৰে।

    প্ৰসঙ্গত উল্লেখ থাকে যে ভাৰত চৰকাৰে যোৱা ২০১৬ চনত আগৰ ১৯৯৬ চনৰ বিকলাংগ ব্যাক্তি আইন খনক কিছু সংশোধন সংযোজন কৰি বিকলাংগ ব্যাক্তিৰ অধিকাৰ (The Rights of persons with Disability Act 2016) গ্ৰহণ কৰে। এই আইনৰ দ্বাৰা প্ৰায় ২১ প্ৰকাৰ ৰ অক্ষমতা সাঙুৰি লোৱা হৈছে। বৰ্তমান সময়ত দৃষ্টিহীন, শ্ৰৱণ বাধাগ্ৰষ্টতা আন আন শাৰিৰীক অক্ষমতাত ভোগা ব্যাক্তি
    সকলৰ সমস্যাতকৈ মানসিক বাধাগ্ৰষ্টতা , অতিষ্টিক, চেৰিব্ৰেল পালচি আদিত ভোগা ব্যাক্তি সকলৰ সমস্যা অতি গুৰুতৰ।

    কাৰন তেওঁলোকে মানসিক ভাবে কোনোকাম সুস্থিৰ ভাবে চিন্তা কৰিব নোৱাৰে। তেওঁ লোকৰ সমস্যা অকল সেই সংশ্লিষ্ট পৰিয়ালটোৰ সমস্যা নহয় । ই এক সামাজিক সমস্যা। অসম মানসিক কল্যাণ সমিতিয়ে এই দিশত ভালেমান কাৰ্যসুচী হাত ত লৈ আহিছে। সভাত উপস্থিত থকা কেইবা গৰাকী সদস্যইও তেখেত সকলৰ বক্তব্য দাঙি ধৰে।

    সেই সকলৰ ভিতৰত উল্লেখ যোগ্য আছিল ডঃদীনমনি ভাগবতী, অমুল্যনাথ শৰ্মা, ডঃ বীৰেন্দ্ৰ ডেকা, ঈশ্বৰ চন্দ্ৰ গোস্বামী, হীৰেন্দ্ৰ কুমাৰ শৰ্মা , মনোজ শৰ্মা, চন্দনা শৰ্মা আৰু উৎপল গোস্বামী আদি । আজিৰ সাধাৰন সভাই আগন্তুক কাৰ্যকালৰ বাবে এখন ১৫ জনীয়া সমিতি নিৰ্বাচন কৰে। সমিতি খনত সভাপতি- ডঃ প্ৰমোদ বৈশ্য
    , কাৰ্যকৰি সভাপতি, অমুল্য নাথ শৰ্মা, উপ সভাপতি ডঃ দীণমনি ভাগবতী, সম্পাদক হিচাপে ভগবান শৰ্মাক ৰখা হৈছে। আকৌ
    বুলেটিন সম্পাদক মনোজ শৰ্মা, বিত্ত সম্পাদক- সত্য দাস, কাৰ্যকৰী সদস্য হিচাপে অঞ্জলী চৌধৰী, চন্দনা শৰ্মা, কণিকা ডেকা, হেমন্ত শৰ্মা
    ৰাজেন দাস, ক্ষিতিশ গোস্বামী
    লাবণ্য বৰকাকতি, উৎপল গোস্বামী,পৰেশ মজুমদাৰকো ৰখা হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds