তেজপুৰ নগৰৰ মাজমজিয়াত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰতিবাদ Video

 

তেজপুৰ ১৯ অক্টোবৰ :

বাংলাদেশত হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ তথা হত্যাৰ বিৰুদ্ধে গৰজি উঠিল বুধবাৰে তেজপুৰ নগৰত
বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কৰ্মী সকল :

শোণিতপুৰ জিলা বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কৰ্মী সকলে তেজপুৰ নগৰৰ মাজেৰে এক
প্ৰতিবাদ সদল কৰি তেজপুৰ কৰ্ট চাৰিআলিত উপস্থিত হয়।

তেজপুৰ নগৰৰ মাজমজিয়াৰে সমদল কৰি হিন্দুৰ ওপৰত চক্ৰান্ত বন্ধ কৰক,বাংলাদেশী হুছিয়াৰ,মৌলবাদী হুছিয়াৰ,শ্বেখ হাছিনা মূৰ্দাবাদ,হিন্দু সুৰক্ষাৰ ক্ষেত্ৰত বূদ্ধিজীৱী নিমাত কিয়, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিমাত কিয় আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।


ইফালে কৰ্ট চাৰিআলি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা প্ৰতিকৃতি দাহ কৰি হুংকাৰ দিয়ে প্ৰতিবাদী কাৰীয়ে।
যদি এজন হিন্দু ওপৰত আক্ৰমণ হয় তেন্তে ৫ জন মুছলমান ওপৰত আক্ৰমণ হ’ব বুলি শোণিতপুৰ জিলা বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ কৰ্মী সকলে সকীয়নি দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.