তেজপুৰত আৰম্ভ দেৱী বিসৰ্জনৰ কাৰ্যসূচী :

 

তেজপুৰত আৰম্ভ দেৱী বিসৰ্জনৰ কাৰ্যসূচী :

তেজপুৰত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল দেৱী বিসৰ্জন।

তেজপুৰ জাহাজ ঘাটত আৰম্ভ এই দেৱী বিৰ্সজন প্ৰক্ৰিয়া।

পূৱা ৮ বজাৰ পৰখ বিজয়া দশমীৰ উপলক্ষে
তেজপুৰ পূজা কমিটি সমূহে নিজৰ নিজৰ দেৱী প্ৰতিমা সমূহ এই দৰে তেজপুৰ জাহাজ ঘাটত বিসৰ্জন দিয়া আৰম্ভ কৰে।

জানিব পৰা মতে তেজপুৰৰ ১০৭ খন পূজা সমিতিক কভিড-১৯ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি দিনৰ ২ বজাৰ ভিতৰত প্ৰতিমা বিসৰ্জন দিবলৈ নিৰ্দেশনা দিছে শোণিতপুৰ জিলা প্ৰশাসনে ।

ইফালে এই নিৰ্দেশনা পাছতে
বিজয়া দশমীৰ
পুৱা ৮ বজাৰ পৰা পূজা সমিতি সমূহে নিজৰ নিজৰ প্ৰতিমা বিসৰ্জন দিবলৈ আৰম্ভ কৰে তেজপুৰ জাহাজ ঘাটত ।

শোণিতপুৰ জিলা প্ৰশাসন নিৰ্দেশ অনুসৰি সূৰ্যাস্তৰ লগে লগে এই বিৰ্সজন প্ৰতিক্ৰিয়া সমাপ্ত কৰিবলৈ পূজা উদযাপন সমিতি সমূহক আহ্বান জনাইছে শোণিতপুৰ জিলা প্ৰশাসনে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.