গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ মেটমৰা জুতিৰে আৰম্ভ হ’ল ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।

 

গহপুৰৰ টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থলুৱা খাদ্যসম্ভাৰৰ মেটমৰা জুতিৰে আৰম্ভ হ’ল ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।

গমিৰি নিবাসী তথা হেলেম (খ) জিলা পৰিষদৰ সদস্যা ৰেণু ভড়ালীৰ উদ্যোগত আৰম্ভ হৈছে বিলাসী ৰেষ্টুৰেণ্টখন।

মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দি কৰ্মোদ্যোগী যুৱতী-মহিলাৰ দ্বাৰা পৰিচালনা কৰা হৈছে ৰেষ্টুৰেণ্ট “ৰাজপথ-১৫”।”ৰাজপথ-১৫”ত উপলদ্ধ “কণ্যকা”ৰ সুস্বাদু মিঠাই আৰু উপহাৰ সামগ্ৰী।

জন্মদিন,অন্নপ্ৰসন্ন,বিবাহ-বাৰ্ষিকী আদি অনুষ্ঠিত কৰাৰ সুবিধা উপলব্ধ।

যোগাযোগৰ নম্বৰ:9678493077

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.