31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    গহপুৰৰ ইমন হোণ্ডাত লাগিল তলা বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ

    গহপুৰৰ ইমন হোণ্ডাত লাগিল তলা বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ :

    বিশ্বনাথ জিলাৰ গহপুৰ নগৰত যোৱা ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা পৰিবহণ বিভাগৰ কোনো অনুমতি নোলোৱাকৈ গহপুৰ দুই ভাতৃ তিলক হাজৰিকা আৰু তপন হাজৰিকাই ইমন হোণ্ডা নাম দি এটা দুচকীয়া বাহনৰ ডিলাৰ খুলি ব্যৱসায় চলাই গৈছিল।

    ইফালে মঙলবাৰে জিলাৰ পৰিবহণ বিভাগৰ এটা দলে অবৈধ ভাৱে চলাই থকা ডিলাটোৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ বন্ধ কৰি দিয়ে।

    জানিব পৰা মতে উপযুক্ত নথি পত্ৰ নাছিল ডিলাটোৰ ।

    যাৰ বাবে ডিলাটোৰ বন্ধ কৰিবলৈ বাধ্য হয় জিলাৰ পৰিবহণ বিভাগক। ডিলাটোৰ
    জিলাৰ পৰিবহণ বিভাগৰ পৰবৰ্তী অনুমতি নোপোৱা

    পৰ্যান্তে ডিলাটোৰ বন্ধ থাকিব বুলি পৰিবহণ বিভাগে প্ৰকাশ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds